Skip to content

ধৈৰ্য্য ধৰক! ২০২৩ চনৰ যিহোৱাৰ সাক্ষীসকলৰ অধিৱেশনত আপোনাক নিমন্ত্ৰণ জনোৱা হৈছে

ধৈৰ্য্য ধৰক! ২০২৩ চনৰ যিহোৱাৰ সাক্ষীসকলৰ অধিৱেশনত আপোনাক নিমন্ত্ৰণ জনোৱা হৈছে

বৰ্তমান সময়ত আমাক আগতকৈ বেছি ধৈৰ্য্যৰ প্ৰয়োজন। কিন্তু ধৈৰ্য্যৰ অৰ্থ কি? ইয়ে আমাৰ দৈনন্দিন জীৱনত কেনেকৈ প্ৰভাৱ পেলায়? এই বিষয়ে জানিবলৈ আমাৰ লগত ২০২৩ চনৰ ধৈৰ্য্য ধৰক! অধিৱেশনত উপস্থিত হওক।