Skip to content

Skip to table of contents

কেনে পৰিস্থিতি হʼব

কেনে পৰিস্থিতি হʼব

ডাউনলʼড:

  1. ১. দুখেৰে ভৰা এই জীৱন,

    জীয়াই থকা নহয় সহজ।

    মুদি চকু মই দেখা পাওঁ,

    মনৰ আশা মোৰ হʼল পূৰ।

    (কোৰাচ)

    ভাবি চোৱানা সেই দিন দুখ আৰু নাই,

    যৌৱন ভৰা জীৱন ঘূৰাই পাম।

    ভাবি চোৱানা সেই দিন সাৰ পাই কম,

    ধন্যবাদ যিহোৱা দিলা তুমি নতুন জীৱন।

  2. ২. কোনো শব্দ শুনা নাপালোঁ,

    চকুৰো দৃষ্টি মই হেৰালোঁ,

    কিন্তু শুনা পাম মই মধুৰ গীত,

    দেখা পাম চকুৰে নতুন দিন।

    (কোৰাচ)

    ভাবি চোৱানা সেই দিন দুখ আৰু নাই,

    যৌৱন ভৰা জীৱন ঘূৰাই পাম।

    ভাবি চোৱানা সেই দিন সাৰ পাই কম,

    ধন্যবাদ যিহোৱা দিলা নতুন জীৱন।

    (ব্ৰীজ)

    এনে হʼব জীৱন ভবা নাই,

    কিন্তু এদিন, বেগেৰে দৌৰি যাম!

    (কোৰাচ)

    ভাবি চোৱানা সেই দিন দুখ আৰু নাই,

    যৌৱন ভৰা জীৱন ঘূৰাই পাম।

    ভাবি চোৱানা সেই দিন নাচি উঠিছোঁ,

    প্ৰতিদিন নতুন শক্তি পাইছোঁ।

    (কোৰাচ)

    ভাবি চোৱানা সেই দিন দুখ আৰু নাই,

    যৌৱন ভৰা জীৱন ঘূৰাই পাম।

    ভাবি চোৱানা সেই দিন সাৰ পাই কম,

    ধন্যবাদ দিলা নতুন জীৱন।